Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
Example : মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
Synonyms : মদপী
Meaning : মদ পান কৰা ব্যক্তি
Example : মদাহীটোৱে ঢলং-ঢপঙকৈ গৈ আছিল
Meaning : প্রায়েই অত্যধিক মদ পান কৰোতা
Example : মদপী ৰমেশে সদায় মদ খাই ঘৰলৈ আহে
Meaning : মদ খাই থকা
Example : মদাহী ড্রাইভাৰে গাড়ীখন গছত খুন্দা মাৰি দিলে
Install App