Meaning : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
Example :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
Synonyms : মদাহী
Meaning : অত্যধিক মদ পান কৰোতা
Example :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
Synonyms : তেবাহী মদপী, মদ্যপায়ী