Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো তৰল পদার্থক ্ মথনী বা কাঠৰ মাৰিৰে জোৰকৈ ঘোটা
Example : মায়ে দধি মথিছে
Synonyms : মন্থন কৰা
Meaning : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
Example : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
Synonyms : ফেটা, মাৰা, সনা
Install App