Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
Example : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
Synonyms : জ্ঞান, ধী, ধীশক্তি, বিবেক, বুদ্ধি, মনীষা, মেধা
Meaning : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
Example : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
Synonyms : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মেধা
Meaning : সাগৰগর্ভত ্ পোৱা এবিধ মূল্যৱান ৰত্ন
Example : গীতাই মুকুতাৰ আঙঠি পিন্ধিছে
Synonyms : মুকুতা, মুকুতা-মণি, মুক্তা, মুক্তিকা, মৌক্তিক, মৌতি
Install App