Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
Example : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
Synonyms : বিচাৰ, ৰায়
Meaning : ঋষি আদিৰ মান্য উপদেশ
Example : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
Synonyms : বাদ, সিদ্ধান্ত
Meaning : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
Example : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
Synonyms : বাদ, মতবাদ, সিদ্ধান্ত
Meaning : মনত উদয় হোৱা কথা
Example : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
Synonyms : খিয়াল, খেয়াল, বিচাৰ
Install App