Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মণ্ডল from অসমীয়া dictionary with examples, synonyms and antonyms.

মণ্ডল   বিশেষ্য

Meaning : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

Example : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

Meaning : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

Example : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

Synonyms : পৰিধি

Meaning : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

Example : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

Synonyms : দল, মণ্ডলী, সংগঠন

Meaning : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

Example : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে