Meaning : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
Example :
সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
Synonyms : মণি-মাণিক্য, মাণিক
Meaning : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
Example :
সীমাই মণিৰ মালা পিন্ধিছে
Meaning : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
Example :
Synonyms : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি