Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মণি from অসমীয়া dictionary with examples, synonyms and antonyms.

মণি   বিশেষ্য

Meaning : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ

Example : সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল

Synonyms : মণি-মাণিক্য, মাণিক

Meaning : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন

Example : সীমাই মণিৰ মালা পিন্ধিছে

Meaning : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি

Example :

Synonyms : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি