Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মঞ্জুৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

মঞ্জুৰ   বিশেষ্য

Meaning : কোনো কথা বা বিচাৰত উপস্থিত বা সম্বন্ধ থকা সকলো লোকে একেটা কথাতে সন্মতি দিয়া এক পৰিস্থিতি

Example : সর্বসন্মতিৰে ৰামক এই সংস্থাটোৰ সচিব নি্র্বাচন কৰা হৈছে

Synonyms : অনুমোদন, সমর্থন, সর্বসন্মতি

Meaning : নিজৰ কৰা বা গ্রহণ কৰা কার্য

Example : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে

Synonyms : গ্রহণ, স্বীকাৰ

মঞ্জুৰ   বিশেষণ

Meaning : যাৰ সহমত লাভ কৰিছে

Example : চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব

Synonyms : অনুমোদনপ্রাপ্ত, অনুমোদিত, সমর্থন্্প্রাপ্ত, স্বীকৃত