Subscribe
URL of the page has been copied to clipboard.
Meaning : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
Example : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
Synonyms : লিচা, লিপা, লেও দিয়া, লেপন দিয়া, লেপা
Meaning : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
Example : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
Synonyms : মজা, মোহৰা
Install App