Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word মগজু from অসমীয়া dictionary with examples, synonyms and antonyms.

মগজু   বিশেষ্য

Meaning : মূৰৰ ভিতৰৰ সাৰ অংশ

Example : মগজুৰ সংৰচনা বৰ জটিল

Synonyms : ঘিউ, মস্তিষ্ক, মাথা

Meaning : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি

Example : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম

Synonyms : চিত্ত, পেট, মন, মানস

মগজু   বিশেষণ

Meaning : মগজ সম্বন্ধীয়

Example : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল

Synonyms : মস্তিষ্ক, মূৰ