Subscribe
URL of the page has been copied to clipboard.
Meaning : ভৱিষ্যত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
Example : আজি শিক্ষাগুৰুৱে আজি ভৱিষ্যত কালৰ বিষয়ে কʼলে
Synonyms : ভৱিষ্যত কাল
Meaning : আহিব লগা কাল বা সময়
Example : ভৱিষ্যতত কি হʼব কোনেও নাজানে
Synonyms : অনাগত কাল, অনাগত যুগ, উত্তৰকাল, ভাবীকাল, ভাবীযুগ, ভৱিষ্যতকাল
Install App