Meaning : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
Example :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
Synonyms : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ
Meaning : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা
Example :
পুখুৰীটো পানীৰে ভৰপূৰ
Synonyms : ভৰ-পূৰ
Meaning : সম্পূর্ণৰূপে ভৰি থকা
Example :
তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো