Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
Example : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
Synonyms : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
Meaning : ঘূৰা-ফুৰা কার্য
Example : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
Synonyms : চলা-ফুৰা, বিচৰণ
Meaning : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
Example : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
Synonyms : চফৰ, যাত্রা
Meaning : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
Example : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
Install App