Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভোৰভোৰোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

ভোৰভোৰোৱা   ক্ৰিয়া

Meaning : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা

Example : তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে

Synonyms : প্রলাপ বকা, ভুল বকা

Meaning : অস্ফুট বা অস্পষ্ট স্বৰত কোৱা

Example : বৃদ্ধলোকে অধিক ভোৰভোৰায়

Synonyms : ভোৰভোৰা

Meaning : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা

Example : কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল

Meaning : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা

Example : সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে

Synonyms : বেলবেলোৱা