Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে সামগ্রী, সেৱা আদিৰ উপভোগ কৰে
Example : উপভোক্তাৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি কোম্পানীবোৰে নতুন নতুন উৎপাদিত সামগ্রী বজাৰত মুকলি কৰি দিছে
Synonyms : উপভোক্তা
Meaning : যিয়ে খায়
Example : সিংহ এবিধ মাংসভোজী জন্তু
Synonyms : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষী, ভক্ষ্য, ভোজক, ভোজনকাৰী, ভোজী
Install App