Subscribe
URL of the page has been copied to clipboard.
Meaning : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
Example : তেওঁ বেদীত বহি কথা কৈ আছে
Synonyms : বেদিকা, বেদী
Meaning : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
Example : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
Synonyms : উপঢৌকন, পাৰিতোষিক
Meaning : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
Example : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
Synonyms : উঁহ, গুৰি, বুনিয়াদ
Install App