Meaning : পৃথিৱীৰ কোনো এক ডাঙৰ ভাগ বা ক্ষেত্র
Example :
ভাৰতবর্ষ এনে এক ভৌগোলিক ক্ষেত্র যʼত বহুতো ভাষাভাষীলোকে একেলগে বসবাস কৰে
Synonyms : ভূভাগ, ভৌগোলিক ক্ষেত্র
Meaning : ভূমি খণ্ড
Example :
প্রাকৃতিক খেলি-মেলিৰ কাৰণে কেতিয়াবা কেতিয়াবা ভূখণ্ডৰ পৰি্ৱর্তনো হয়
Synonyms : ভূ-খণ্ড