Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভূ-কম্পন from অসমীয়া dictionary with examples, synonyms and antonyms.

ভূ-কম্পন   বিশেষ্য

Meaning : প্রাকৃতিক কাৰণত পৃথিৱীৰ অভ্যন্তৰত খেলি-মেলি হোৱাৰ ফলত উপৰিভাগত হোৱা জোকাৰণি

Example : ২০০১ চনত গুজৰাটত হোৱা ভূমিকম্পত বহুলোকৰ প্রাণহানি হৈছিল

Synonyms : জোকাৰণি, ভূঁইকপ, ভূকম্প, ভূমিকম্প, ভূমিকম্পন, ভূমিচাল