Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাকৃতিক কাৰণত পৃথিৱীৰ অভ্যন্তৰত খেলি-মেলি হোৱাৰ ফলত উপৰিভাগত হোৱা জোকাৰণি
Example : ২০০১ চনত গুজৰাটত হোৱা ভূমিকম্পত বহুলোকৰ প্রাণহানি হৈছিল
Synonyms : জোকাৰণি, ভূ-কম্পন, ভূকম্প, ভূমিকম্প, ভূমিকম্পন, ভূমিচাল
Install App