Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে ভিক্ষা মাগে
Example : ভিক্ষাৰীজনে গীত গাই গাই ভিক্ষা মাগিছে
Synonyms : ভিক্ষার্থী, ভিক্ষাৰী, ভিক্ষু, ভিক্ষুক, মগনীয়া
Meaning : যি কোনো বস্তু যাচে বা যাচনা কৰা ব্যক্তি
Example : যাচকজন খালী হাতেৰে পুনৰ উভতি গʼল
Synonyms : খোজনিয়াৰ, খোজনীয়া, প্রত্যাশী, মগনিয়াৰ, যাচক
Install App