Meaning : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা
Example :
গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল
Synonyms : বক্তৃতা
Meaning : কোনো বিষয়ত কোৱা এনেকুৱা কথা যি কোনো বিষয় স্পষ্ট কৰি দিয়ে
Example :
যৌতুক সম্পর্কীয় ্তেওঁৰ ্ভাষণ কিছু প্রশংসাসূচক আছিল
Synonyms : বক্তব্য