Meaning : আনন্দ পাওঁতে অনুভৱ হোৱা
Example :
এই দৃশ্যটো মোৰ ভাল লাগিছে
Synonyms : মন ভুলোৱা, মনঃপুত হোৱা, সুখপ্রদ লগা
Meaning : ৰুচিৰ অনুকূল হোৱা
Example :
আপোনাৰ সকলো বস্তুৱেই পচন্দ হʼব বুলি কোনো কথা নাই মোৰ এই কামটো ভাল লগা নাই
Synonyms : পচন্দ হোৱা, মন লগা, মনঃপুত হোৱা, মনোমত হোৱা, ৰুচিকৰ হোৱা