Subscribe
URL of the page has been copied to clipboard.
Meaning : যেনেকৈ লাগে সেই ধৰণে বা উচিত প্রকাৰে
Example : তেওঁৰ নিচান ভাল সঠিক লাগিলএই জীৱৰ অংগ ভাল দৰে বিকশিত হোৱা নাই
Synonyms : ভাল দৰে, সঠিক, সঠিক ভাৱে, সঠিককৈ
Meaning : ভাল ধৰণেৰে
Example : মই সোহনক ভালকৈ জানো
Synonyms : ঠিককৈ, নিৰহ-নিপানীকৈ, বঢ়িয়াকৈ, বেচকৈ, ভালমতে
Install App