Meaning : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
Example :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
Synonyms : ভাৰা
Meaning : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
Example :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
Synonyms : পৰিবহন ভাৰা, ভাৰা