Subscribe
URL of the page has been copied to clipboard.
Meaning : মহাৰ লʼৰা
Example : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
Synonyms : দাদা, ভাই, মহাৰ লʼৰা
Meaning : জেঠোদেউৰ পুতেক
Example : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
Synonyms : জেঠোদেউৰ লʼৰা, দাদা
Meaning : খুৰাৰ পুতেক:শ্যাম মোৰ খুৰাৰ লʼৰা
Example :
Synonyms : খুৰাৰ লʼৰা, ভাই, সম্বন্ধীয় ভাই
Meaning : বয়সৰ হিচাপেৰে যিজন সৰু ভায়েক
Example : ভাস্কৰ মোৰ সৰু ভাইটি
Synonyms : অনুজ, সৰু ভাই, সৰু ভাইটি
Install App