Subscribe
URL of the page has been copied to clipboard.
Meaning : শীল আৰু সজ্জন হোৱা ভাব
Example : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
Synonyms : শালীনতা, শিষ্টতা, সজ্জনতা, সভ্যতা
Meaning : সজ্জন হোৱা ভাব
Example : ভদ্রতা এটি বহুত ডাঙৰ গুণ
Synonyms : ঋজুতা, সজ্জনতা, সাধুতা, সৌহার্দ্যতা
Meaning : শিষ্ট বা ভদ্র হোৱা অৱস্থা
Example : সেই ৰাজমহলটোৰ ভদ্রতাই সকলোকে আকর্ষিত কৰে
Synonyms : শিষ্টতা
Install App