Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ভণ্ড from অসমীয়া dictionary with examples, synonyms and antonyms.

ভণ্ড   বিশেষ্য

Meaning : নিজৰ আচল স্বৰূপ লুকুৱাই ৰাখি এক অন্য ধৰণৰ স্বভাৱ দেখুৱাব খোজা মানুহ

Example : মহাপুৰুষ কবীৰে ভণ্ডবোৰক তীব্রভাৱে ব্যঙ্গ কৰিছে

Synonyms : কপটাচাৰী, পাষণ্ড

ভণ্ড   বিশেষণ

Meaning : ঠগ-প্রৱঞ্চনা কৰোঁতা

Example : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা

Synonyms : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, শলাল