Meaning : খুৰাৰ ছোৱালী
Example :
মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
Synonyms : খুৰাৰ ছোৱালী, বাইদেউ
Meaning : জেঠোদেউ বা পেহাৰ ছোৱালী
Example :
মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
Synonyms : পেহাৰ ছোৱালী, বাইদেউ
Meaning : কাৰোবাৰ বিচাৰত একে মাক-দেউতাকৰ কন্যা সন্তান
Example :
ৰাধা মোৰ নিজা ভনী
Synonyms : নিজা ভণ্টি, বা), ভগিনী, ভগ্নী, ভনী, ভনীটি নিজা ভনী, সহোদৰা (বাইদেউ
Meaning : মাহীৰ ছোৱালী
Example :
মোৰ ভণ্টি (মাহীৰ ছোৱালী) এগৰাকী ্ ধর্মপ্র্াণা মহিলা
Synonyms : মাহীৰ ছোৱালী