Subscribe
URL of the page has been copied to clipboard.
Meaning : উতলি থকা ঘিউ বা তেলত দি ৰন্ধা
Example : মীৰাই মাছ তেলত ভাজি আছে
Synonyms : তেলত ভাজা
Meaning : জুইৰ তাপত ভাজ খোৱা
Example : গোমধানখিনি ভজা হʼল
Synonyms : সেকা
Meaning : পানীৰ নোহোৱাকৈ গৰম কৰি ৰন্ধা কার্য
Example : ৰহিমে মাছ পুৰি আছে
Synonyms : পোৰা, ভজা-পোৰা
Meaning : জুইৰ গৰমত সিজোৱা
Example : ৰামে ভজা চানা খাই আছে
Install App