Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়
Example : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে
Synonyms : ভঁ্ৰাল ঘৰ, ভাখাৰী
Meaning : যিটো গুদামত শস্য ৰখা হয়
Example : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে
Synonyms : ভঁ্ৰাল ঘৰ
Meaning : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
Example :
Synonyms : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
Meaning : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ
Example : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল
Synonyms : ভাণ্ডাৰ, সাগৰ
Install App