Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বৰষুণৰ বতৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বৰষুণৰ বতৰ   বিশেষ্য

Meaning : যি ঋতুত বা মাহত বৰষুণ হয়

Example : কেতিয়াবা কেতিয়াবা বর্ষাকালত ইমান বৰষুণ হয় যে কোনো কোনো ঠাইত বানপানী হৈ যায়

Synonyms : প্রাবৃষ, বর্ষা, বর্ষা ঋতু, বর্ষাকাল, বাৰিষা, বাৰিষা বতৰ, বাৰিষাকাল, মেঘাগম