Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য
Example : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই
Meaning : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ
Example : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে
Synonyms : অৱদান, দান, যোগদান
Meaning : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
Example : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
Synonyms : অনুদান, চান্দা
Install App