Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ব্লেকবʼর্ড from অসমীয়া dictionary with examples, synonyms and antonyms.

ব্লেকবʼর্ড   বিশেষ্য

Meaning : বিদ্যালয়ৰ শ্রেণীলমূহৰ বেৰত লগোৱা কʼলা বৰণৰ আখৰ লিখিব পৰা ফলক বিশেষ

Example : কৃষ্ণফলকত সদায় নীতি-বাক্য লিখা হয়

Synonyms : কৃষ্ণফলক, ব্লেকবোর্ড

Meaning : লিখিবৰ বাবে ব্যৱহাৰ কৰা কাঠেৰে তৈয়াৰী কʼলা ৰঙৰ চাৰিচুকীয়া ফলক

Example : গুৰুজীয়ে কৃষ্ণফলকত গণিতৰ প্রশ্ন লিখি আছে

Synonyms : কৃষ্ণফলক