Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দুৰ চাৰি ্বর্ণৰ ভিতৰত প্রথম ্বর্ণৰ ্মানুহ
Example : পণ্ডিত শ্যামনাৰায়ণ এজন শ্রেষ্ঠ ব্রাহ্মণআজিকালিৰ ব্রাহ্মণ নিজৰ ্কর্মৰ ্পৰা বিচলিত হৈ গৈছেব্রাহ্মণৰ উৎপত্তি অগ্নিৰ পৰা হোৱা বুলি মনা হয়
Synonyms : দ্বিজ, বামুন, বিপ্র
Meaning : হিন্দুৰ চাৰি ্বর্ণৰ ভিতৰত প্রথম ্বর্ণ ্বা জাতি যাৰ মুখ্য কাম হʼল পঢ়া-শুনা, যজ্ঞ, জ্ঞানোপদেশ আদি
Example : ব্রাহ্মণ নিজৰ ্কর্মৰ ্পৰা দিনে দিনে আঁতৰি গৈছে
Install App