Subscribe
URL of the page has been copied to clipboard.
Meaning : কামত অহা বা লগা কার্য
Example : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
Synonyms : উপভোগ, প্রয়োগ
Meaning : কোনো বস্তুক ব্যৱহাৰৰ কাৰণে অনা কার্য
Example : যিটো উপদেশ দিয়া হৈছে তাক প্রয়োগ কৰা
Synonyms : কামত লগোৱা, প্রয়োগ
Meaning : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
Example : তেওঁৰ ব্যৱহাৰ ভাল নহয়
Synonyms : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ধৰণ-কৰণ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
Meaning : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
Example : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
Synonyms : আচৰণ, ধৰণ-কৰণ
Install App