Meaning : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য
Example :
বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল
Synonyms : আয়োজন
Meaning : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
Example :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
Synonyms : ব্যৱস্থাপনা
Meaning : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি
Example :
Synonyms : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা
Meaning : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান
Example :
কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা
Meaning : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক
Example :
সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়