Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু কিনা-বেচা কৰা বা বনোৱা কার্য
Example : ৰামৰ কঠোৰ পৰিশ্রমৰ কাৰণে বেপাৰত দিনকদিনে উন্নতি লাভ কৰিছে
Synonyms : বণিজ, বাণিজ্য, বেপাৰ
Meaning : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
Example : তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
Synonyms : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, বৃত্তি, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
Install App