Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বহুত উৎকণ্ঠিত
Example : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
Synonyms : অধীৰ, অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ
Meaning : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
Example : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
Synonyms : আকুল, উদ্বিগ্ন, ব্যগ্র
Meaning : যি আৱেশেৰে ভৰি আছে
Example : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
Synonyms : আকুল, আবিষ্ট, আৱেগ-বিহ্বল
Install App