Meaning : যি ্বর্ণ স্বৰবর্ণৰ ্সহায় অবিহনে উচ্চাৰণ কৰিব পৰা নাযায়
Example :
হিন্দী ্বর্ণ্্মালাত ক-ৰ পৰা হ-লৈকে সকলো বর্ণক ব্যঞ্জন বোলা হয়
Synonyms : ব্যঞ্জন বর্ণ
Meaning : চাউল, ৰুটি আদিৰ লগত খোৱা পদার্থ
Example :
উৎসৱত বিবিধ-বিবিধ প্রকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হয়
Meaning : তেল বা ঘিঁউত ৰন্ধা কোনো ব্যঞ্জন
Example :
উৎসৱত মালপোৱা, পুৰী আদি না-না ধৰণৰ ব্যঞ্জন বনোৱা হয়