Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
Example : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
Synonyms : সংঘ, সঙ্ঘ
Meaning : বৌদ্ধ ভিক্ষু সকলৰ থকা ঠাই
Example : এই বৌদ্ধ বিহাৰৰ চোৱা-চিতা এজন বৌদ্ধ ভিক্ষুৱে কৰে
Synonyms : বৌদ্ধ বিহাৰ
Install App