Subscribe
URL of the page has been copied to clipboard.
Meaning : দ্রৱ পদার্থৰ গতিশীল হৈ থকা কার্য
Example : নদী পাহাৰৰ পৰা ওলাই সাগৰৰফালে বৈ আহে
Synonyms : প্রৱাহিত হোৱা, বৈ অহা
Meaning : হাত অথবা যন্ত্রৰে কিছুমান সুতা ওপৰলৈ আৰু কিছুমান সুতা তললৈ নি কোনো বস্তু তৈয়াৰ কৰা কার্য
Example : সীতাই নিজৰ ্ কেঁচুৱাটোৰ কাৰণে এটা চুৱেটাৰ গুঠি আছে
Synonyms : গাঁথা, গুঠা
Install App