Meaning : যিজন ব্যক্তিয়ে কথা কʼব নোৱাৰে
Example :
বোবা সকলে সাংকেতিক ভাষাত নিজৰ কথা কয়
Synonyms : মূকবধিৰ
Meaning : যাৰ কথা কোৱাৰ শক্তি নাই
Example :
বোবা মানুহজনে ইংগিতেৰ কিবা কৈ আছে
Synonyms : বাকশক্তিহীন, মূক