Subscribe
URL of the page has been copied to clipboard.
Meaning : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
Example : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
Synonyms : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান
Meaning : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান
Example : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়
Synonyms : প্রাজ্ঞা, বোধশক্তি
Meaning : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ
Example : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে
Synonyms : বুদ্ধি
Meaning : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
Example : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
Synonyms : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
Install App