Meaning : অসভ্য ৰূপত
Example :
শ্যামে বেয়াকৈ কʼলে যে তুমি ইয়াৰ পৰা গুচি যোৱা
Synonyms : অশিষ্টভাৱে, অসভ্যতঃ, অসভ্যভাৱে, শিষ্টাচাৰহীনভাৱে
Meaning : বেয়া ধৰণে
Example :
মানুহে তেওঁক ্বেয়াকৈ পিটিলে
Meaning : বেয়া ধৰণে
Example :
আমাৰ খেলুৱৈসকলে বেয়াকৈ খেলাৰ বাবে আমি খেলখনত হাৰিলো