Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বেয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

বেয়া   বিশেষ্য

Meaning : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

Example : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

Synonyms : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

Meaning : যিটো নষ্ট হৈ গৈছে

Example : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

Synonyms : গেলা

Meaning : যি প্রবল নহয়

Example : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

Synonyms : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

Meaning : ভালৰ ওলোটা বা বিপৰীত

Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

Synonyms : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

Meaning : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

Example : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

Synonyms : লেতেৰা

Meaning : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

Example : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

Synonyms : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

Meaning : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

Example : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

Synonyms : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা