Meaning : বেলাৰুচৰ নিবাসী
Example :
সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
Synonyms : বেলাৰুচ-বাসী, বেলাৰুচবাসী
Meaning : বেলাৰুচৰ লোকসকলৰ ভাষা
Example :
বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
Synonyms : বেলাৰুচিয়ান ভাষা
Meaning : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
Example :
তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
Meaning : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
Example :
লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল