Meaning : ৰুটি আদি বেলিবলৈ কাঠ বা শিলেৰে বনাই লোৱা এবিধ গোলাকাৰ বা চাৰিচুকীয়া যতন
Example :
মায়ে ৰুটি বেলিবলৈ বেলনাযোৰ আনিলে
Meaning : ৰুটি, পুৰি আদি বেলা কাঠ, পিতল আদিৰ উপকৰণ
Example :
মায়ে বেলনাৰে ৰুটি বেলি আছে