Subscribe
URL of the page has been copied to clipboard.
Meaning : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে
Example : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল
Synonyms : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক
Meaning : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে
Example : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু
Synonyms : বৃষ, বৃষ ৰাশি
Install App