Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু আদি অধিক মাত্রাত ওপৰৰ পৰা সৰি পৰা কার্য
Example : ভক্তই সাধুবাবাৰ ওপৰত পুষ্প বৃষ্টি কৰিছে
Synonyms : ্বর্ষণ
Meaning : পানী বৰষা কার্য
Example : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়
Synonyms : আকাশসলিল, বা-বৰষুণ, বৰষুণ, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস
Meaning : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
Example : তেওঁ বৰষুণত তিতিলে
Synonyms : বর্ষা, বৰষুণ
Install App