Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
Example : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
Synonyms : উঁহ, গুৰি, ভেটি
Meaning : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
Example : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
Synonyms : আধাৰ, মূল
Install App